Dibrugarh: 3 among 15 new COVID-19 positive cases in Assam are from Dibrugarh

ৰাজ্যত আজি ধৰা পৰা কৰ’না পজিটিভৰ ১৫ জনৰ ভিতৰত ৩ জন ডিব্ৰুগড়ৰ। তিনিওজন ২২ মে’ত আহিছিল চেন্নাইৰ পৰা। বৰ্তমান আটাইকেইজনকে AMCHৰ COVID ৱাৰ্ডলৈ প্ৰেৰণ কৰা হৈছে।

source

Category: Assam

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>