Assam Care আঁচনিৰ জৰিয়তে ৫ হাজাৰ টকাকৈ পাব বহিৰাজ্যত আৱদ্ধ লোকে

Assam Care আঁচনিখন দেওবাৰে মুকলি কৰে Himanta Biswa Sarmaই । NHMৰ কাৰ্যালয়ত মুকলি কৰে আঁচনিখন ।উপস্থিত থাকে মুখ্য সচিব Sanjay Krishna।

source

Category: Assam

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>