Assam Flood: ছিগা পথেৰে হোৰাহোৰে সোমাইছে পানী, বানৰ কবলত ৩০খন জিলা
August 28, 2020 3:02 am
ক্ৰমান্বয়ে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে অসমত । ভয়ংকৰ পৰিস্থিতিত পৰা বানাক্ৰান্তৰ হাৰাশাস্তি । কিন্তু কোনে শুনিব বৰ্ন্যাতৰ আৰ্তনাদ । পানীৰ কবলত ৰাজ্যৰ …
source
Category: Assam